Poem

  • Author: 
    kushumanjali

    শৰীৰ নালাগে
    আখৰ হৈ আহা
    এখন শব্দময়ী প্ৰেমৰ অভিধান লিখিম
    লিখিম এক নিটোল কবিতা
    মুৰ্তমান কৰি তুলিম
    এক চিৰন্তন মহাকাব্যিক প্ৰেমিক ৰূপত