Skip to content Skip to navigation

শেহতীয়া লেখা-মেলা

Author:
Mr. Sundar Sagma

শ্ৰীমতী ক'ৰোণা খেদাত ব্যস্ত । পেছাত অসামৰিক চিকিৎসালয় এখনৰ মুৰব্বী । সেই সূত্ৰে তাই ক'ৰোনা যুদ্ধত নামি পৰিছে দলেবলে দিনে ৰাতিয়ে । ঘৰলৈ অহা বাদেই দিছে আমাৰ সুৰক্ষাৰ বাবে ।

Author:
Dr. Ajanta Das

#মূল কাহিনীঃ কুমুদ গোস্বামী    #পৰিচালনাঃ এহ্চান মুজিদ     #প্ৰযোজনাঃ অৰ্চনা ভট্টাচাৰ্য্য        -   গল্প সম্ৰাট ভৱেন্দ্ৰনাথ শইকীয়াই যেতিয়া চিনেমা নিৰ্মাণত হাত দিছিল, চলচ্চিত্ৰ সমাজত খলকনি উঠিছিল, যে অসমে এজন ১৯৫৫ চনত নিৰ্মিত পথেৰ পাছালীৰ পৰিচালকৰ দৰে সত্যজিত ৰায়ক , নে ১৯৪১ চনত নিৰ্মিত হাউ গ্ৰীন ৱাজ মাই ভেলীৰ দৰে ছবিৰ আইৰিছ এমেৰিকান পৰিচালক  জন ফৰ্ডক,  নে ১৯৫৪ চনত নিৰ্মিত জাপানী চিনেমা চেভেন চামুৰাইৰ পৰিচালক আকিৰা কুৰুশ্বাৱাৰ দৰে , নে ১৯৪৬ চনত নিৰ্মিত হলিউদৰ চলচ্চিত্ৰ দা ইয়াৰ্লিং নামৰ চিনেমাৰ ক্লাৰেন্স ব্ৰাউনৰ দৰে পৰিচালক লাভ কৰিলে। উল্লেখিত এই গোটেই কেইজন পৰিচালক বিখ্যাত আছিল তেওঁলোকৰ সূক্

Author:
Dr. Ajanta Das

ষাঠিৰ দশকতেই মোৰ দুবছৰ মান বয়সতেই তিনিচুকীয়াত থাকোতে দেউতাই এটা ফ্ৰীজ কিনিছিল, হিমালাক্স কোম্পানীৰ।হাতীদাঁতৰ ৰঙৰ ফ্ৰীজটো ৫ ফুট মান ওখ আছিল।অভিযন্তা দেউতাই কাম চাবলৈ ঢলা , ফিলোবাৰী আদি ঠাইলৈ গ’লে বাটে ঘাটে দৈ, ক্ৰীম, মাছ আাদি বিভিন্ন বস্তু সস্তাতে এগালমান কিনি গোটাই পিটাই আানিছিল বাবে ফ্ৰীজটোৰ প্ৰয়োজন হৈছিল। কিন্তু মজাৰ কথা যে ঘৰত সৰহকৈ এনে বস্তু গোট খালেহে মায়ে ফ্ৰীজটো চলাইছিল , নহ’লে তাক বন্ধ কৰি থোৱা হৈছিল। কাৰণ ফ্ৰীজটো ইলেক্ট্ৰিক ফ্ৰীজ নাছিল- কেৰাচিনতহে চলিছিল। ফ্ৰীজটো অন কৰাও এটা জঞ্জালৰ কথা আছিল।

Author:
Mr. Dibyojit Dutta

It was in the first week of April 2010 and CC82 members were waiting patiently for their D-Day – their rare  opportunity to meet their  Cotton College days’ friends after 26 years . The venue of the event  , preparation of  food, cakes, decoration everything were ready. The countdown for the mega show has been started and everyone has started counting  their fingers.   The local Reception Committee members in Guwahati has been putting  their best effort to make it a grand success and preparing meticulously that there should not be iota of lapse. 

Author:
Ms. কুসুমাঞ্জলি শৰ্মা

শৰীৰ নালাগে
আখৰ হৈ আহা
এখন শব্দময়ী প্ৰেমৰ অভিধান লিখিম
লিখিম এক নিটোল কবিতা
মুৰ্তমান কৰি তুলিম
এক চিৰন্তন মহাকাব্যিক প্ৰেমিক ৰূপত
প্ৰতিটো শাৰীত ভাঁহি থাকিব শব্দৰ সুগন্ধি
প্ৰেমৰ সামূদ্ৰিক লহৰত কৰিম জুৰুলি জুপুৰি
অহৰহ
জুনুক জুনুককৈ বাজি থাকিব প্ৰেমৰ জুনুকা

মাথোন আখৰ হৈ আহা

Author:
Mr. Atul Basumatary

The first ever get together of Cotton College 1982 batch on 11th April 2010 at Guwahati , after 26 years, was a grand success with so many of our friends attending with their families with full gusto. Bonhomie amongst the batchmates was conspicuous and a spirit of comradery encompassed the gathering. To see and identify long lost batch mates of both science and arts streams was truly the best part of the occasion and was a profound feeling.

Author:
Mr. Dibyojit Dutta

When I joined Cotton's hostel in 1982, we were given some household chores by seniors like copying notebooks, practical books or old question papers, on local errands etc. Some smart fresher were even chosen as special messenger to Girls' hostels but luckily I was not amongst them possibly I was not so smart for such crucial task. Though we were new to the new environment and found some difficulty to adapt the new lifestyle but our seniors were too kind to us and because of them, we managed to adjust to the new environment quickly.

Author:
Mr. Dibyojit Dutta

UGC identified the college as a "Special Heritage College" in 2015. The College was first affiliated to Calcutta University, Kolkata. It was under this university itself that the institution developed into a full-fledged Degree College and barring Persian, secured affiliation for the Honours course too in all the subjects taught then. However, with the establishment of Gauhati University in 1948, it became one of its original constituent colleges.

Pages